NDRF

উত্তৰ কাশীৰ সুৰংগত NDRFৰ সফল অভিযান
১৭ দিনীয়া ৰুদ্ধশ্বাস প্ৰতীক্ষাৰ অন্ত
৪১গৰাকী শ্ৰমিকক সুকলমে উদ্ধাৰ NDRFৰ
মুকলি আকাশৰ তলত অসমৰো দুই শ্ৰমিক
উদ্ধাৰ কোকৰাঝাৰৰ সঞ্জয় বসুমতাৰী, ৰামপ্ৰসাদ নাৰ্জাৰীক

কেওগৰাকী শ্ৰমিকৰে স্বাস্থ্যৰ অৱস্থা প্ৰায় সুস্থিৰ
চিকিৎসাৰ বাবে শ্ৰমিককেইগৰাকীক হাস্পতালত ভৰ্তি
গ্ৰীণ ক’ৰিডৰ নিৰ্মাণেৰে লৈ যোৱা হয় হাস্পতাললৈ
সফল উদ্ধাৰ অভিযানক লৈ উৎফুল্লিত দেশবাসী
কেওগৰাকী শ্ৰমিকৰ পৰিয়ালত আনন্দৰ জোঁৱাৰ
প্ৰতিগৰাকী শ্ৰমিকলৈ ১ লাখ টকাৰ আৰ্থিক সাহায্য
ঘোষণা কৰিলে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে