Indian Army

৮ বছৰ ক’মাত থকাৰ পিছত মৃত্যু ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেল কৰণবীৰ সিং নাটৰ। ২০১৫ চনত কাশ্মীৰৰ কুপৱাৰা জিলাত পাকিস্তানী সন্ত্ৰাসবাদীৰে সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছিল সেনা মেডেলেৰে বিভূষিত লেফটেনেণ্ট কৰ্ণেল পৰমবীৰ সিং নাট। 

তেতিয়াৰে পৰা জলন্ধৰৰ মিলিটেৰী হাস্পতালত ক’মাত আছিল বীৰ সেনা বিষয়াজন। অৱশেষত নিয়তীৰ ওচৰত হাৰ মানিলে লেফটেনেণ্ট কৰ্ণেল পৰমবীৰ সিং নাটে।