পূজাৰ পিছতে জনতালৈ মাধমাৰ ৰাজ্য চৰকাৰৰ! বৃদ্ধি পালে প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য....

petrol

দুৰ্গা পূজাৰ পিছতে ৰাজ্যবাসীলৈ আহিল বেয়া খবৰ। 
আকৌ এবাৰ জনতা লৈ মাধমাৰ চৰকাৰৰ
ৰাজ্যিক কৰ বৃদ্ধিৰ ফলত বৃদ্ধি পেট্ৰ’লৰ মূল্য
প্ৰতি লিটাৰ পেট্ৰ’লত বাঢ়িল ১ টকা ১ পইচাকৈ
৯৭.১৪ টকাৰ বিপৰীতে মূল্য হ’লগৈ ৯৮.১৫ টকা
৬ মাহত তিনিবাৰকৈ বাঢ়িল পেট্ৰ’লৰ মূল্য

Category