KILLER HIGHWAY!
ৰাজ্যত সঘনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা
২০২৩ বৰ্ষৰ তুলনাত ২০২৪ বৰ্ষত দুগুণ বৃদ্ধি পথ দুৰ্ঘটনা
২০২৩ চনত সংঘটিত হৈছিল ৬,৬৯৮টা পথ দুৰ্ঘটনা
২০২৪ বৰ্ষত ১১,৫৫৮টালৈ বৃদ্ধি পথ দুৰ্ঘটনা
সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হৈছিল জুলাই মাহত
জুলাই মাহত ১,৩১৪টা পথ দুৰ্ঘটনা
২০২৪ৰ জানুৱাৰীত হ্ৰাস পাইছিল পথ দুৰ্ঘটনা
২০২৪ৰ জানুৱাৰীত ৮১৯টা পথ দুৰ্ঘটনা
দুৰ্ঘটনা ৰোধৰ বাবে ৰাজপথত চলিব অভিযান
সুৰাপায়ী চালকলৈ কঠোৰ সকীয়নি মুখ্যমন্ত্ৰীৰ
বিগত ১০ বছৰত ৰাজ্যত দুৰ্ঘটনাত নিহত ২৭,৬৪৮গৰাকী
দুৰ্ঘটনাত মৃত্যু ১৮ বছৰৰ তলৰ ২,১৯১গৰাকী
২৫ বছৰ বয়সৰ ভিতৰত ৫,৬৮৫গৰাকীৰ মৃত্যু
৬০ বছৰ বয়সৰ ভিতৰত ১২,৪২৩গৰাকীৰ মৃত্যু
- Log in to post comments