ADRE

ADR পৰীক্ষাৰ প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল
পৰীক্ষাৰ ২৪ ঘণ্টা পিছত ভাইৰেল প্ৰশ্নকাকত
প্ৰশ্নকাকত ভাইৰেলক লৈ ৰাজ্যজুৰি চাঞ্চল্য
পৰীক্ষাৰ ৩১ মিনিট পূৰ্বে হোৱাটছএপ গ্ৰুপত প্ৰশ্নকাকত!
কিদৰে ভাইৰেল হ’ল ADR পৰীক্ষাৰ প্ৰশ্নকাকত?
পৰীক্ষাৰ্থীক নিবলৈ দিয়া হোৱা নাছিল প্ৰশ্নকাকত
পৰীক্ষাৰ্থীৰ হাতত নাছিল কোনোধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ
পৰীক্ষা গৃহত সম্পূৰ্ণৰূপে নিষিদ্ধ আছিল ম’বাইল ফোন
তন্নতন্নকৈ তালাচী চলোৱা হৈছিল সকলো পৰীক্ষাৰ্থীক