পৰীক্ষাৰ বাবে কঠোৰ নীতি-নিৰ্ধাৰণ ৰাজ্য চৰকাৰৰ
৭,৫০০ পদৰ বিপৰীতে প্ৰায় ১৩ লাখ প্ৰাৰ্থী
নকল কৰা পৰীক্ষাৰ্থীক ৩ বছৰ পৰ্যন্ত কাৰাদণ্ড
ন্যূনতম ১ লাখ টকা ভৰিব লাগিব জৰিমনা
নকল যোগানকাৰী পৰীক্ষকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ
১০ বছৰ পৰ্যন্ত কটাব লাগিব কাৰাগাৰত
১০ কোটি টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা
Category
- Log in to post comments