অন্ত পৰিল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা...

adre

 

কটকটীয়া নিৰাপত্তাৰ মাজেৰে সম্পন্ন হ’ল পৰীক্ষা

পুৱা ১০ বজাৰ পৰা ১.৩০ বজালৈ অনুষ্ঠিত হৈছিল পৰীক্ষা

পৰীক্ষাৰ সময়ছোৱাত ৰাজ্যজুৰি বন্ধ আছিল ইণ্টাৰনেট সেৱা

৩ হাজাৰ পদত অৱতীৰ্ণ ১১,২৩,২০৪গৰাকী শিক্ষাৰ্থী

১টা পদৰ বিপৰীতে অৱতীৰ্ণ ৩৬৭গৰাকী প্ৰাৰ্থী

২৮ জিলাৰ ২,৩০৫টা কেন্দ্ৰত অনুষ্ঠিত হয় এই পৰীক্ষা

Category