Astro Tips

নতুন বৰ্ষৰ বাবে সকলোৱে অধিৰ আগ্ৰহৰে বাট চায় আছে। ২০২৪ লৈ মাজত মাত্ৰ কেইদিনমান বাকী। এই নতুন বছৰে আশাৰ ৰেঙনি কঢ়িয়াই আনিব ৩ ৰাশিৰ বাবে। ১৫ ফেব্ৰুৱাৰীত মীন ৰাশিলৈ শুক্ৰই যাত্ৰা কৰিব। ইতিমধ্যে মীন ৰাশিত ৰাহু উপস্থিত আছে।

গতিকে নতুন বছৰত মীন ৰাশিত শুক্ৰ আৰু ৰাহু একেলগে উপস্থিত থাকিব। ইয়াৰ ফলত কেইবাটাও ৰাশিৰ জাতক-জাতিকাসকল বিশেষভাৱে লাভালাভ হ'ব পাৰে। বিশেষকৈ তিনিটা ৰাশিৰ জাতক-জাতিকাই নতুন বছৰত ভাগ্যৱান হ’ব। এই তিনিটা ৰাশি হৈছে মীন, বৃষ আৰু কৰ্কট ৰাশি।