দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ইতিমধ্যেই মাক আদৰিবলৈ সাজু হৈছে সকলো। অহা ২ অক্টোবৰত মহালয়া। লোক বিশ্বাস অনুসৰি মহালয়া দিনটোতে মা স্বৰ্গৰ পৰা মত্য লৈ আহে বুলি বিস্বাস কৰা হয়।
এইবাৰৰ দুৰ্গা পূজাৰ আগতেই কপাঁল ফুলিব ৪ ৰাশিৰ জাতকৰ। টকা-পইচা, নাম-যশ, প্ৰেম, জীৱিকা সকলো দিশৰ পৰা সুফল অৰ্জন কৰিব এই ৪ ৰাশিৰ জাতকে। গতিকে, সবিশেষ জানো আহক -
১. মেঘ ৰাশি - মেঘ ৰাশিৰ জাতকৰ বাবে এই বছৰৰ ৯ মাহ অৰ্থাৎ ছেপ্তেম্বৰ মাহটো অতিকৈ শুভ। এই ৰাশিৰ জাতক-জাতিকা সকলৰ আৰ্থিক অৱস্থা, শিক্ষা-দীক্ষা, প্ৰেম সকলো ফালৰ পৰা শুভ। শিক্ষাৰ্থী সকলৰ বাবে শুভ। আগৰ জীৱনৰ তুলনাত বহু গুণে উন্নত হ'ব। আয়ৰ নতুন দিশ মুকলি হ'ব। চৰকাৰী চাকৰিৰ যোগ। শৰীৰ আৰু স্বাস্থ্য আগতকৈ উন্নত হ'ব।
২. কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক সকলৰ চাকৰিত পদোন্নতি হোৱাৰ যোগ আছে। আত্ম-বিশ্বাস বৃদ্ধি পাব লগতে ছেপ্তেম্বৰ মাহত এটা অতি ভাল সময় অতিবাহিত কৰিব। আৰ্থিক অৱস্থা আগৰ তুলনাত উন্নত হ'ব।
৩. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকা সকলৰ বাবে আহি আছে ভাল সময়। বিবাহিত জীৱন মধুৰ হৈ পৰিব। স্বামী-স্ত্ৰীৰ সম্পৰ্ক অধিক মজবুত হ'ব। এটা অতি ভাল সময় অতিবাহিত কৰিব। আৰ্থিক অৱস্থা আগৰ তুলনাত উন্নত হ'ব।
৪. কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতকৰ বাবে এই বছৰৰ ৯ মাহ অৰ্থাৎ ছেপ্তেম্বৰ মাহটো অতিকৈ শুভ। এই ৰাশিৰ জাতক-জাতিকা সকলৰ আৰ্থিক অৱস্থা, শিক্ষা-দীক্ষা, প্ৰেম সকলো ফালৰ পৰা শুভ। শিক্ষাৰ্থী সকলৰ বাবে শুভ। আগৰ জীৱনৰ তুলনাত বহু গুণে উন্নত হ'ব। আয়ৰ নতুন দিশ মুকলি হ'ব। শৰীৰ আৰু স্বাস্থ্য আগতকৈ উন্নত হ'ব।
- Log in to post comments