assamese

বাস্তু শাস্ত্ৰত এনে কিছুমান প্ৰাণীৰ কথা উল্লেখ আছে, যিযোৰ দেখাটো শুভ বুলি ধৰা হয়। সাধাৰণ দিনত এইবোৰ দেখা এক স্বাভাৱিক কথা, কিন্তু দীপাৱলীৰ দিনা দেখাৰ বিশেষ অৰ্থ আছে।

ফেঁচা : যদি আপুনি দিপাৱলীৰ নিশা ফেঁচা দেখা পায়, ইয়াৰ অৰ্থ হৈছে যে মা লক্ষ্মী নিজেই আপোনাৰ ঘৰত প্ৰৱেশ কৰিবলৈ আহিছে। এয়া বিশ্বাস কৰা হয় যে দেৱী লক্ষ্মীয়ে জ্ঞান, সৌভাগ্য, সম্পদ, স্বাস্থ্য আৰু সমৃদ্ধিক প্ৰতিনিধিত্ব কৰে। ই ঘৰৰ পৰা দৰিদ্ৰতা, বিভেদ, কাজিয়া, বিবাদ, দুৰ্ভাগ্য আদি আঁতৰ কৰে।