কোনে ভাল নাপায় লাই আৰু গাহৰি! সামাজিক মাধ্যমত ভাইৰেল এখন বিশেষ ফটো

Gahori

লাই আৰু গাহৰি অসমীয়ালোকৰ প্ৰিয় খাদ্যৰ ভিতৰত অন্যতম। লাই-গাহৰি বেয়া পোৱা মানুহ হয়তো খুব কমেই ওলাব। নৱবৰ্ষ আৰু মাঘবিহুৰ প্ৰাকক্ষণত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে লাই আৰু গাহৰিৰ এখন বিশেষ ফটো।

Category
Profile picture for user UB Photos