'বিধানসভাৰ সময়ছোৱাত মোক কাৰাগাৰত ৰখাৰ অভিসন্ধি ৰচিছিল'-  অখিল গগৈ

Akhil Gogoi

আজি পুনৰ NIA আদালতত হাজিৰ অখিল গগৈ। ‘কা’ গোচৰ সন্দৰ্ভত শুনানি NIA আদালতত। উচ্চতম ন্যায়ালয়ৰ ৰায়ে নিশ্চিত কৰিব অখিল গগৈৰ গ্ৰেপ্তাৰৰ নিশ্চয়তা। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ অপেক্ষাত বিধায়ক গগৈ। আদালতত হাজিৰ হৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ অখিল গগৈ। অখিল গগৈয়ে কয়- 'বিধানসভাৰ সময়ছোৱাত মোক কাৰাগাৰত ৰখাৰ অভিসন্ধি ৰচিছিল। একমাত্ৰ মুখ বন্ধ কৰাৰ বাবেই গোচৰটো বাৰে বাৰে চোঁচৰাইছে।'

Category
Profile picture for user UB Photos