জ্বৰ উঠিছে জুবিন গাৰ্গৰ! কিহৰ জ্বৰ এয়া?

Zubeen Garg

বিশ্বকাপ ফুটবল উপভোগ কৰিবলৈ কাটাৰত উপস্থিত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। ২৬ তাৰিখে অনুষ্ঠিত আৰ্জেন্টিনা আৰু মেক্সিকৰ খেল উপভোগ কৰিলে জুবিন গাৰ্গে। আৰ্জেন্টিনাক সমৰ্থন কৰা জুবিন গাৰ্গে ইতিমধ্যে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল ফটো। আৰু শেহতীয়াকৈ হাৰ্টথ্ৰৱ গৰাকীয়ে এক নৃত্য কৰি লিখিছে ‘FIFA Fever Doha Dance’। কণ্ঠশিল্পী গৰাকীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এই বিশেষ নৃত্য।

Category
Profile picture for user UB Photos