Assamese News

▶ পঁইতা ভাত কি ?

পঁইতা ভাত সাধাৰণতে আমি খোৱা ভাত ওৰে ৰাতি পানীত তিয়াই ৰাখি, পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য । পানীত তিয়াই ৰখা বাবে এই ভাত সামান্য টেঙা হৈ পৰে । বিশেষকৈ গৰমৰ দিনত অসমীয়া ৰাইজৰ প্ৰিয় খাদ্য এই পঁইতা ভাত । অসমৰ বাদেও আন আন চাউল প্ৰধান ঠাই বিশেষে ব্যৱহাৰ অথবা এই খাদ্য খায় । এই পঁইতা ভাত খাদ্যৰ বিভিন্ন ভাগ সমূহ – সাত্বিক, ৰাজসিক আৰু তাম্ৰসিকৰ ভিতৰত পঁইতা ভাত তাম্ৰসিক খাদ্যৰ অন্তৰ্ভুক্ত। পঁইতা ভাতৰ পানী খিনিক পোতনি বুলি কোৱা হয়।  

▶  কেনেকৈ তৈয়াৰ কৰিব এই পঁইতা ভাত ?