আন্তঃৰাষ্ট্ৰীয় বিমানযাত্ৰীৰ বাবে ২০২৫ বৰ্ষত নতুন নিয়ম
বিমান পৰিবহণ আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে নতুন পদক্ষেপ
আন্তঃৰাষ্ট্ৰীয় যাত্ৰীৰ বাবে প্ৰযোজ্য হ’ব বিমান পৰিবহণৰ নতুন নিয়ম
বিদেশ যাত্ৰা কৰিব বিচৰা যাত্ৰীয়ে দিব লাগিব ১৯ প্ৰকাৰৰ তথ্য
জনাব লাগিব ক’ৰ পৰা ক’লৈ আৰু কি কি কাৰ্যসূচীৰে কৰিব যাত্ৰা
যাত্ৰাৰ বাবদ প্ৰয়োজনীয় ধনৰ উৎস সন্দৰ্ভতো দিব লাগিব তথ্য
যাত্ৰাকালত বহন কৰা লাগেজ সন্দৰ্ভতো দিব লাগিব সম্পূৰ্ণ বিৱৰণী
১৯ ধৰণৰ যাত্ৰা বিৱৰণীৰ তথ্য কৰি ৰখা হ’ব সংৰক্ষিত
প্ৰয়োজন সাপেক্ষে আইন কাৰ্যকৰী বিভাগৰ সৈতে বিনিময় হ’ব এই তথ্য
অহা ১০ ফেব্ৰুৱাৰীৰ পৰা পাইলট প্ৰকল্প হিচাপে কাৰ্যকৰী হ’ব এই নিয়ম
১ এপ্ৰিলৰ পৰা সকলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতে নতুন নিয়ম হ’ব কাৰ্যকৰী
- Log in to post comments