News Update

জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই
নেমকেয়াৰ হাস্পতালত শেষনিশ্বাস গায়ত্ৰী হাজৰিকাৰ
দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত ভুগি আছিল তেওঁ
মৃত্যুৰ সময়ত গায়ত্ৰী হাজৰিকাৰ বয়স হৈছিল ৪৫ বছৰ
দুটা সন্তানৰ মাতৃ আছিল গায়ত্ৰী হাজৰিকা
গীতানগৰ হাইস্কুল খেলপথাৰত কণ্ঠশিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি
গায়ত্ৰী হাজৰিকাৰ বিশেষ জনপ্ৰিয় গীত ‘সৰা পাতে পাতে’ 
‘সুন্দৰপুৰ কেয়ছ’ৰ প্ৰযোজনা কৰিছিল গায়ত্ৰী হাজৰিকাই
‘কিয় জানো আজি’ শীৰ্ষক গীতটো আছিল অন্তিম সৃষ্টি 
‘সুন্দৰপুৰ কেয়ছ’ত সংযোজিত হৈছিল গীতটি
ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সৈতেও আছিল জড়িত