
জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই
নেমকেয়াৰ হাস্পতালত শেষনিশ্বাস গায়ত্ৰী হাজৰিকাৰ
দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত ভুগি আছিল তেওঁ
মৃত্যুৰ সময়ত গায়ত্ৰী হাজৰিকাৰ বয়স হৈছিল ৪৫ বছৰ
দুটা সন্তানৰ মাতৃ আছিল গায়ত্ৰী হাজৰিকা
গীতানগৰ হাইস্কুল খেলপথাৰত কণ্ঠশিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি
গায়ত্ৰী হাজৰিকাৰ বিশেষ জনপ্ৰিয় গীত ‘সৰা পাতে পাতে’
‘সুন্দৰপুৰ কেয়ছ’ৰ প্ৰযোজনা কৰিছিল গায়ত্ৰী হাজৰিকাই
‘কিয় জানো আজি’ শীৰ্ষক গীতটো আছিল অন্তিম সৃষ্টি
‘সুন্দৰপুৰ কেয়ছ’ত সংযোজিত হৈছিল গীতটি
ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সৈতেও আছিল জড়িত
আকাশবাণী গুৱাহাটীৰ প্ৰথম শ্ৰেণীৰ শিল্পী আছিল গায়ত্ৰী
পূৰ্বে এখন ব্যক্তিগত বিদ্যালয়ত কৰিছিল শিক্ষকতা
গায়ত্ৰী হাজৰিকা সন্দিকৈ কলেজৰ প্ৰাক্তন ছাত্ৰী আছিল
কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত সাংস্কৃতিক জগতত শোকৰ ছাঁ
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোকপ্ৰকাশ
সন্ধিয়া নৱগ্ৰহত সম্পন্ন কৰা হ’ব শেষকৃত্য
- Log in to post comments