গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব
AICCএ APCCৰ সভাপতি ৰূপে নিযুক্তি দিছে গৌৰৱক
তিনিগৰাকীক APCCৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব
কাৰ্যকৰী সভাপতিৰ দায়িত্বত জাকিৰ হুছেইন শিকদাৰক
ৰ’জলীনা তিৰ্কীকো কাৰ্যকৰী সভাপতিৰ দায়িত্ব
APCCৰ কাৰ্যকৰী সভাপতি হ’ব প্ৰদীপ সৰকাৰো
কেম্পেইন কমিটীৰ অধ্যক্ষৰ দায়িত্ব ভূপেন বৰাক
সমন্বয়ক কমিটীৰ অধ্যক্ষৰ দায়িত্ব দেৱব্ৰত শইকীয়াক
নিৰ্বাচনী ইস্তাহাৰ সমিতিৰ অধ্যক্ষৰ দায়িত্ব প্ৰদ্যুৎ বৰদলৈক
প্ৰচাৰ সমিতিৰ অধ্যক্ষৰ দায়িত্ব ৰকিবুল হুছেইনক
- Read more about গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব...
- Log in to post comments