অসমৰ মুছলমান সমাজ তুষ্টিকৰণৰ ৰাজনীতিৰে সন্তুষ্ট নহয়’ : মুখ্য...

cm

ডিব্ৰুগড়ৰ চাবুৱাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

 

সোণোৱালে চাবুৱাত ৭০-৭৫ হাজাৰ ভোট লাভ কৰাৰ দাবী

গৌৰৱ গগৈ, অখিল গগৈৰ নামাজ পঢ়া সন্দৰ্ভত প্ৰতিক্ৰিয়া

‘ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনা কিয় এনে আধ্যাত্মিকতা নেদেখুৱালে’

‘গৌৰৱ গগৈয়ে মহাপাপ কৰিছে’

‘প্ৰাণ প্ৰতিষ্ঠাৰ দিনা নগাঁৱত ৰাহুল গান্ধীৰ সৈতে প্ৰতিবাদত ব্যস্ত আছিল’

‘অসমৰ মুছলমান সমাজ তুষ্টিকৰণৰ ৰাজনীতিৰে সন্তুষ্ট নহয়’

Category
Profile picture for user UB Photos