প্ৰথমবাৰৰ বাবে যোৰহাট সমষ্টিৰ পৰা জয়লাভ গৌৰৱ গগৈৰ....

gourav

প্ৰথমবাৰৰ বাবে যোৰহাট সমষ্টিৰ পৰা জয়লাভ গৌৰৱ গগৈৰ । যোৰহাট সমষ্টিত BJPৰ তপন গগৈক পৰাস্ত কৰি জয়লাভ গৌৰৱ গগৈৰ।

প্ৰায় ১ লাখ ২৩ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ গৌৰৱ গগৈৰ। প্ৰথমবাৰৰ বাবে যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে গৌৰৱ গগৈয়ে।

Category