Patanjali

পতঞ্জলিৰ সামগ্ৰী বন্ধ কৰাৰ নিৰ্দেশ
১৪বিধ সামগ্ৰীৰ বিক্ৰী বন্ধৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
ক’ভিডৰ সময়ত উৎপাদিত সামগ্ৰী ক’ভিড প্ৰতিহত বুলি প্ৰচাৰ চলোৱা হৈছিল
উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ইণ্ডিয়ান মেডিকেল এছ’চিয়েছন
অৱশেষত ১৪ বিধ সামগ্ৰী বন্ধৰ নিৰ্দেশ লগতে উৎপাদনৰ অনুজ্ঞাপত্ৰও বাতিল
সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত IMAক কঠোৰ দৃষ্টি ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
ন্যায়াধীশ সীমা কোহলি আৰু সন্দীপ মেহতাক লৈ গঠিত খণ্ড বিচাৰপীঠৰ এই নিৰ্দেশ
বিভিন্ন সংবাদ মাধ্যমত দিয়া বিজ্ঞাপন উঠাই লোবাৰ নিৰ্দেশ
মিথ্যা বিজ্ঞাপন মচি পেলাবলৈ নিৰ্দেশ দিলে আদালতে