উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ নিৰ্মাণৰত ভৱনৰ পৰা পৰি গুৰুতৰভাৱে আহত শ্ৰমিক

north guwahati

উত্তৰ গুৱাহাটী মহাবিদ্যালয়ত নিশা শিহৰণকাৰী ঘটনা।

পাঁচ মহলীয়া অট্টালিকাত কৰ্মৰত এজন শ্ৰমিক সৰি পৰিল তললৈ।

মহাবিদ্যালয়ৰ নিৰ্মাণৰত অট্টালিকাত অসুৰক্ষিতভাবে কাম কৰিছিল শ্ৰমিকসকলে।

নিশাৰ এন্ধাৰত কাম কৰি থাকোতেই অট্টালিকাৰ পৰা পিছলি পৰি গুৰুতৰভাবে আহত হয় শ্ৰমিকজন।

উত্তৰ গুৱাহাটী জি এন আৰ চিত চিকিৎসাধীন লাল মিঞা নামৰ শ্ৰমিকজন।

মহাবিদ্যালয়ৰ কৰ্মচাৰীয়ে শ্ৰম আইন উলংঘাৰে অট্টালিকা নিৰ্মাণৰ ঠিকা লৈছিল।

এই ঘটনাকলৈ চাঞ্চল্য বিৰাজ কৰিছে অঞ্চলটিত।

Category