lok sabha

কাইলৈ ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ দিন
বিয়লি ৩ বজাত নিৰ্বাচনী আয়োগৰ সংবাদমেল
সংবাদমেলতে নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা
দিন ঘোষণাৰ লগে লগে বলৱৎ হ’ব নিৰ্বাচনী আচৰণবিধি
কেইবাটাও পৰ্যায়ত দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন
অসমত এটা পৰ্যায়তে নিৰ্বাচন হোৱাৰ সম্ভাৱনা
টুইটযোগে ঘোষণা নিৰ্বাচন আয়োগৰ.