লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ কোন কোন প্ৰৰ্থীয়ে কোন কোন সমষ্টিত প্ৰাৰ্থীত্ব কৰিব?........

congress

লোকসভা নিৰ্বাচনলৈ টঙালি বান্ধিছে কংগ্ৰেছে
কংগ্ৰেছৰ তিনিজনীয়া প্ৰাৰ্থী তালিকা প্ৰস্তুত
১৪টা লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী পেনেল প্ৰস্তুত
কংগ্ৰেছৰ হাই কামাণ্ডে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা
নগাঁৱত প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, ৰকিবুল হুছেইন
কৰিমগঞ্জত হাফিজ ৰছিদ চৌধুৰী, জুবেইৰ আনম
অমিনুৰ ৰশিদ চৌধুৰীৰ নামো আছে তালিকাত
শিলচৰত নৈঋতা জয়শুক্লা, সৌম্যকান্তি পুৰকায়স্থ
বৰপেটাত আব্দুল খালেক, দীপ বায়ন, ববিতা শৰ্মা
গুৱাহাটীত মীৰা বৰঠাকুৰ, ৰমেন বৰঠাকুৰ, দ্বিজেন শৰ্মা
ধুবুৰীত ৱাজেদ আলি চৌধুৰী, আব্দুৰ ৰছিদ মণ্ডল, আব্দুল হামিদ
ৰকিবুল হুছেইন, আব্দুল খালেক, নুৰ শফিকুল
ডিব্ৰুগড়ত নীলনেত্র নেওগ, ৰাজু চাহু, দুৰ্গা ভূমিজ
যোৰহাটত গৌৰৱ গগৈ আৰু কৃষ্ণা গগৈ
লখিমপুৰত ৰাণী নৰহ, উদয় শংকৰ হাজৰিকা
শোণিতপুৰত বৰ্ণালী ফুকন, আৰ পি শৰ্মা, প্ৰেমলাল গুঞ্জু
দৰং-ওদালগুৰিত মাধৱ ৰাজবংশী, প্ৰাণজিত চৌধুৰী, বসন্ত দাস
প্ৰবীণ বড়োৰ নামো আছে তালিকাত
ডিফুত জয়ৰাম ইংলেঙ, চুম' ৰংহাং, ক্লেঙদং ইংতি
কোকৰাঝাৰত গর্জন মুছাহাৰী, প্ৰাণজিত বাসুমতাৰী
কাজিৰঙাত ৰজলিনা তিৰ্কী, গোলাপ শইকীয়া

Category
Profile picture for user UB Photos