ভংগ সকলো অভিলেখ! শ্বাহৰুখৰ ‘পাঠানে’ দুদিনতে উপাৰ্জন কৰিলে ২৩০ কোটি টকা UB Photos January 27 / 2023 মাত্ৰ দুদিনৰ ভিতৰতে বলীউডৰ আৰম্ভণি সপ্তাহৰ উপাৰ্জন অভিলেখ ভংগ কৰিলে পাঠানে। পাঠান বক্স অফিচ সংগ্ৰহে মাত্ৰ দুদিনৰ ভিতৰত বলীউডৰ চলচ্চিত্ৰৰ তিনিদিনীয়া অভিলেখ ভংগ কৰিছে। Tags UB Photos UB News India Assam Assamese News Pathaan BOLLYWOOD Shahrukh Khan Read more about ভংগ সকলো অভিলেখ! শ্বাহৰুখৰ ‘পাঠানে’ দুদিনতে উপাৰ্জন কৰিলে ২৩০ কোটি টকাLog in to post comments