Shahrukh Khan

মাত্ৰ দুদিনৰ ভিতৰতে বলীউডৰ আৰম্ভণি সপ্তাহৰ উপাৰ্জন অভিলেখ ভংগ কৰিলে পাঠানে। পাঠান বক্স অফিচ সংগ্ৰহে মাত্ৰ দুদিনৰ ভিতৰত বলীউডৰ চলচ্চিত্ৰৰ তিনিদিনীয়া অভিলেখ ভংগ কৰিছে।