Mangaldai

◼️ মঙলদৈত জঘণ্য ঘটনা
◼️ শিক্ষকৰ কামনাৰ বলি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী
◼️ তিনিদিন পূৰ্বে সংঘটিত হৈছিল ঘটনাটো
◼️ নিতুমণি দাস নামৰ শিক্ষকজনৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ
◼️ মঙলদৈৰ ৰামহৰি নিৱাসী নিতুমণি দাস
◼️ শিক্ষকজনৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ ছাত্ৰীৰ পৰিয়ালৰ