Skip to main content
    
    
      
    
	
	
	
	
	
	
	    
		
			  			
			      
		
		
		
		
			
				
								
				
				
				  
		
				  
				  				  
		
				  
		
				  		
				    
    
  
    
      
      
      
  
        
    	
	    
	      
        
            - মঙলদৈত ড্রাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা
 
	- আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই গুলীচালনা
 
	- কুদ্দুছ আলী নামৰ ড্রাগছ সৰবৰাহকাৰী গুলীবিদ্ধ
 
	- মঙলদৈৰ হীৰাপাৰাত সংঘটিত এই ঘটনা
 
	- নিশা আৰক্ষীয়ে আটক কৰিছিল ড্ৰাগছ মাফিয়াটোক
 
	- গুলীবিদ্ধ আলীক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি