মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ছিন্ন বিচ্ছিন্ন অৱস্থাত ৰাজপথত পৰি ৰ'ল ১৫ বছৰীয়া যুৱতীৰ মৃতদেহ

Road Accident mangaldai

বৃহস্পতিবাৰে মঙলদৈ অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। 

দুৰ্ঘটনাত এগৰাকী ১৫ বছৰীয়া কিশোৰী নিহত হয়।

মৃত কিশোৰীগৰাকী ডন বস্কো বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী অংকিতা কাশ্যপ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য় যে, পিছফালৰ পৰা এখন ট্ৰাকে দুচকীয়া বাহনখনত খুন্দা মৰাৰ ফলত এই ঘটনাটো সংঘটিত হয়।মৃত অংকিতা দৰং জিলাৰ মঙলদৈৰ লেংগেৰিপাৰৰ বাসিন্দা।

Category
Profile picture for user UB Photos