
জাকে জাকে আলফা (স্বা) লৈ যুৱক ৷
মঙলদৈ বাহমোল্লাত আলফা (স্বা) লৈ যুৱক ৷
ঈদৰ পিছদিনাৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱকজন ৷
জাকাৰিয়া আহমেদ বৰভূঞা নামৰ (২০) যুৱকজনৰ ককাক আইতাকৰ আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আহ্বান ৷
যদি আলফাত যোগদান কৰিছে তেনেহলে সু-শৰীৰে জাকাৰিয়া আহমেদ বৰভূঞাক ঘৰলৈ ঘুৰাই পঠাওঁক ৷
পিতৃহীন যুৱকজনৰ শাৰিৰিক ভাৱে সক্ষম ককাকে হাত যোৰ কৰি কাতৰ আহ্বান জনাইছে সেনাধ্যক্ষ গৰাকীলৈ ৷
Category
- Log in to post comments