Election Results

সম্পূৰ্ণ হ’ল মিজোৰামৰ ভোটগণনা

২৭খন আসন দখল কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা ZPMৰ

MNFৰ দখলত মাত্ৰ ১০খন আসন

মুখ্যমন্ত্ৰী জোৰামথাংগাও হাৰিল নিৰ্বাচনত

বিজেপিয়ে লাভ কৰিলে দুখন আসন

মিজোৰামতো মুখথেকেচা খালে কংগ্ৰেছে

এখন আসনতে সন্তুষ্ট হ’বলগীয়া হ’ল কংগ্ৰেছ দল

লালডুহোমাৰ নেতৃত্বত ZPMৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত