কাইলৈৰ পৰা আৰম্ভ হ’ব HS চূড়ান্ত পৰীক্ষা
পৰীক্ষাত অৱতীৰ্ণ হ’ব ৩,০৬,৯২৫গৰাকী পৰীক্ষাৰ্থী
১,৪৪,৫০২জন ছাত্ৰ অৱতীৰ্ণ হ’ব পৰীক্ষাত
১,৬২,৫২৩গৰাকী ছাত্ৰী অৱতীৰ্ণ হ’ব পৰীক্ষাত
ৰাজ্যৰ মুঠ ৮৫৬টা কেন্দ্ৰত অনুষ্ঠিত হ’ব HS চূড়ান্ত পৰীক্ষা
কলা শাখাত অৱতীৰ্ণ হ’ব মুঠ ২,৩০,০৯১গৰাকী পৰীক্ষাৰ্থী
কলা শাখাত অৱতীৰ্ণ হ’ব ৯০,১৪৬জন ছাত্ৰ
কলা শাখাত অৱতীৰ্ণ হ’ব ১,৩১,৯৪৫গৰাকী ছাত্ৰী
বিজ্ঞান শাখাত অৱতীৰ্ণ হ’ব ৫৭,৭২৪গৰাকী পৰীক্ষাৰ্থী
বিজ্ঞান শাখাত ৩২,৯৭৭জন ছাত্ৰ অৱতীৰ্ণ হ’ব পৰীক্ষাত
বিজ্ঞান শাখাত অৱতীৰ্ণ হ’ব ২৪,৭৪৭গৰাকী ছাত্ৰী
- Today is: