
দিছপুৰ আৰক্ষীৰ জালত একাউণ্টেট ওমাঙ পাৰমাৰ
কোটি কোটি টকা লুণ্ঠন কৰি আৰক্ষীৰ জালত একাউণ্টেণ্ট
IFCCO ৰ ৰুক্মিণীগাঁও শাখাৰ বীমা কোম্পানীৰ একাউণ্টেণ্ট ওমাঙ পাৰমাৰ
কোম্পানীটোৰ ৩২ কোটি টকা লুন্ঠন কৰিছিল গুজৰাটৰ ওমাঙ পাৰমাৰে
২০১৮ চনৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ
গুজৰাটৰ ওমাঙ পাৰমাৰৰ বৰ্তমানৰ ঠিকনা গুৱাহাটীৰ লখৰা
আত্মসাতৰ ধন জুৱাত বিনিয়োগ কৰাৰ তথ্য লাভ আৰক্ষীৰ
ওমাঙ পাৰমাৰ বিৰুদ্ধে সন্নিৱিষ্ট IPC u/s 120B/420/406/408/409 ধাৰা
বৰ্তমান দিছপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে পাৰমাৰক
Category
- Log in to post comments