Zubeen Garg

পুৱাই জুবিনক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ,ভগ্নী পামী বৰঠাকুৰ, পাৰ্থসাৰথি মহন্ত, বীৰেন সিংহ, প্ৰাঞ্জল শইকীয়া, তৰালী শৰ্মা।পুৱাই।নিৰ্মাণ সমিতিৰ ১১ গৰাকী সদস্যই পৰিদৰ্শন কৰে জুবিনক্ষেত্ৰ।