১৫ আগষ্টৰ আশে-পাশে সাল-সলনি হ’ব মন্ত্ৰীসভাৰ, ১৯ জনীয়া হ’ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা......

Himanta Biswa Sarma

১৫ আগষ্টৰ আশে-পাশে হ’ব মন্ত্ৰীসভাৰ সাল-সলনি
১৯ জনীয়া হ’ব হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা
মাত্ৰ দুদিনমান পূৰ্বে কিছু ৰদ-বদল হৈছিল মন্ত্ৰীসভাৰ
কেশৱ মহন্তৰ পৰা কৰ্তন কৰা হৈছিল স্বাস্থ্য দপ্তৰ
মুখ্যমন্ত্ৰীয়ে নিজৰ হাতলৈ আনিছিল স্বাস্থ্য দপ্তৰ
আবকাৰী, পৰিবহণ আৰু মীন বিভাগৰ দায়িত্ব দিছিল কেশৱ মহন্তক
শীঘ্ৰেই মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে

Category