সদ্য কংগ্ৰেছত্যাগী দ্বিজেন শৰ্মাৰ বিজেপিত যোগদান......

bjp

সদ্য কংগ্ৰেছত্যাগী দ্বিজেন শৰ্মাৰ বিজেপিত যোগদান
বিজেপিত যোগদান জ্যেষ্ঠ কংগ্ৰেছী শৈলেন বৰাৰ
বশিষ্ঠস্থিত বাজপেয়ী ভৱনত বিশেষ যোগদান কাৰ্যসূচী
সভাপতি ভবেশ কলিতাৰ উপস্থিতিত আনুষ্ঠানিক যোগদান

bjp


যোগদান কাৰ্যসূচীত উপস্থিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
উপস্থিত পবিত্ৰ মাৰ্ঘেৰিটা, তুলিৰাম ৰংহাং
অনুষ্ঠানত উপস্থিত নৱকুমাৰ দলে, মিছন ৰঞ্জন দাস
দলীয় প্ৰাৰ্থীকো আনুষ্ঠানিকভাৱে প্ৰদান টিকট
 

Category
Profile picture for user UB Photos