আজি দিনজোৰা কাৰ্যসূচীৰে বৰাকলৈ মুখ্যমন্ত্ৰী…

Himanta Biswa Sarma

আজি দিনজোৰা কাৰ্যসূচীৰে বৰাকলৈ মুখ্যমন্ত্ৰী

কেইবাখনো নিৰ্বাচনী জনসভাত অংশ ল’ব CMএ

১১ বজাত হাইলাকান্দিৰ কাটলিচৰাত মুখ্যমন্ত্ৰীৰ সভা

১২.৩০ বজাত দক্ষিণ কৰিমগঞ্জৰ নিলাম বজাৰত মুখ্যমন্ত্ৰীৰ সভা

২ বজাত কাছাৰৰ কাটিগড়াত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰেলী

৩.৩০ বজাত উদাৰবন্দত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰেলী

সন্ধিয়া শিলচৰত ৰোড শ্ব’ত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে!

Category