Assam Govt

অনুষ্ঠিত হ’ব ৩য় আৰু ৪ৰ্থ বৰ্গৰ বাচনি পৰীক্ষা
২০২৩ৰ শেষৰফালে বিজ্ঞাপন প্ৰকাশ কৰিছিল চৰকাৰে
চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ আছে ১২,৬০০ পদ
১২,৬০০ পদৰ বিপৰীতে আবেদনকাৰীৰ সংখ্যা ৩২ লক্ষাধিক
তৃতীয় বৰ্গৰ স্নাতক পৰ্যায়ৰ সংখ্যা ৪,০৫৫টা
উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পদ ৩,১২৭টা
মেট্ৰিক (৩য় বৰ্গৰ)পৰ্যায়ৰ পদৰ সংখ্যা ৪১৮টা
মুঠ তৃতীয় বৰ্গৰ পদ খালী হৈ আছে ৭,৬০০টা
৭,৬০০টা পদৰ বিপৰীতে আবেদনকাৰীৰ সংখ্যা ১৮ লক্ষাধিক
চতুৰ্থ বৰ্গৰ মুঠ পদ খালী হৈ আছে ৮০০০টা
৮০০০ পদৰ বিপৰীতে আবেদনকাৰীৰ সংখ্যা ১৩ লক্ষাধিক