আজিৰ দিনটো অসমৰ বাবে ঐতিহাসিক দিন! জাগীৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা.......

assam

আজিৰ দিনটো অসমৰ বাবে ঐতিহাসিক দিন
অসমৰ উজ্জ্বল ভৱিষ্যতৰ বাবে ডাঙৰ খোজ
জাগীৰোড ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা
পূৰ্বৰ কাগজকলৰ ভূমিত স্থাপন হ’ব প্ৰকল্পটো 
প্ৰকল্পটোৰ দায়িত্বত থাকিব টাটা গ্ৰুপ
অসমত স্থাপন হ’ব টাটাৰ বৃহৎ প্ৰকল্প
ভাৰ্ছুৱেলী আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ
উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা 
উপস্থিত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ
কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰৰো অংশগ্ৰহণ
উপস্থিত মন্ত্ৰী পীয়ূষ হাজৰিকা
লগতে উপস্থিত কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক
উপস্থিত টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ 
২৭ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব প্ৰকল্পটো
১৬ হাজাৰ যুৱক-যুৱতীৰ বাবে আশাৰ ৰেঙণি 
প্ৰত্যক্ষভাৱে নিযুক্তি পাব ১৬ হাজাৰ যুৱক-যুৱতীয়ে
উৎপাদন ক্ষমতা প্ৰতিদিনে ৪৮ মিলিয়ন চিপছ্ 
অনুষ্ঠানত দেশৰ যুৱ প্ৰজন্মক সম্বোধন প্ৰধানমন্ত্ৰীৰ
জাগীৰোডত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ
উত্তৰ-পূবত উন্নয়নৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ PMক আহ্বান CMৰ
‘প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূবৰ প্ৰতি অগাধ প্ৰেম আছে’
‘টাটাৰ প্ৰকল্পই বিজ্ঞান প্ৰযুক্তিত নতুন দিগন্তৰ সূচনা কৰিছে’
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱকো ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰীৰ
প্ৰকল্প স্থাপনৰ বাবে টাটাৰ কৰ্তৃপক্ষক কৃতজ্ঞতা মুখ্যমন্ত্ৰীৰ
অনুষ্ঠানত ভাৰ্ছুৱেলী প্ৰধানমন্ত্ৰীৰ ভাষণ
আত্মনিৰ্ভৰশীল ভাৰতৰ দিশত এয়া শক্তিশালী খোজ
ইণ্ডাষ্ট্ৰি ৪.০ৰ দিশত এখোজ আগুৱালে ভাৰত
বুজাবুজিৰ চুক্তিৰ কিছুদিনৰ ভিতৰতে ৩টা প্ৰকল্পৰ আধাৰশিলা
ক’ৰোণাই আত্মনিৰ্ভৰশীল হোৱাৰ শিক্ষা দিলে
দেশৰ ভিন্ন প্ৰান্তৰ পৰা ভাগ লোৱা শিক্ষাৰ্থীক সম্বোধন মোদীৰ

Category
Profile picture for user UB Photos