অসমত অভাৱনীয়ভাৱে হ্ৰাস পাইছে বাল্য বিবাহৰ ঘটনা.....

Child Marriage

ৰাষ্ট্ৰীয় প্ৰতিবেদনত অসমৰ সাফল্যৰ খতিয়ান
অসমত অভাৱনীয়ভাৱে হ্ৰাস পাইছে বাল্য বিবাহৰ ঘটনা
ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ কৰ্ম তৎপৰতাৰ বাবেই
ৰাজ্যত হ্ৰাস পাইছে বাল্য বিবাহৰ ঘটনা
INDIA CHILD PROTECTION (ICP)ৰ প্ৰতিবেদনত এই তথ্য
বুধবাৰে নতুন দিল্লীত মুকলি কৰা হয় ICPৰ প্ৰতিবেদনত
NCPCRৰ অংশ INDIA CHILD PROTECTION

Category