অসমৰ মন্ত্ৰীসভাত মন্ত্ৰী দপ্তৰ সালসলনি! কোনে পালে কি মন্ত্ৰীত্বৰ দায়িত্ব?.....

assam

অসমৰ মন্ত্ৰীসভাত মন্ত্ৰী দপ্তৰ সালসলনি
মুখ্যমন্ত্ৰীৰ হাতত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ
পুনৰ মুখ্যমন্ত্ৰীৰ হাতলৈ স্বাস্থ্য বিভাগ
কেশৱ মহন্তক পৰিবহণ, মীন, আবকাৰীৰ দায়িত্ব
পূৰ্বতে এই ৩টা বিভাগত আছিল পৰিমল শুক্লবৈদ্য
বিজ্ঞান প্ৰযুক্তি বিদ্যা, IT বিভাগো কেশৱ মহন্তক দায়িত্ব

Category