দেশত ক্ৰমাৎ নিয়ন্ত্ৰণহীন হৈছে বজাৰ
বজাৰত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্য
নিয়ন্ত্ৰণহীন হৈছে অত্যাৱশ্যকীয় সামগ্ৰী, শাক-পাচলিৰ দাম
পাইকাৰী বজাৰত অভাৱনীয় হাৰত অব্যাহত আছে মূল্যবৃদ্ধি
আগষ্ট মাহৰ তুলনাত দুগুণ বৃদ্ধি পাইকাৰী বজাৰত সামগ্ৰীৰ দাম
অক্টোবৰ মাহত পাইকাৰী বজাৰত মূল্যবৃদ্ধিৰ হাৰ ২.৩৬ শতাংশ
ছেপ্টেম্বৰ মাহত মূল্যবৃদ্ধিৰ হাৰ আছিল ১.৮৪ শতাংশ
আগষ্ট মাহত পাইকাৰী বজাৰত মূল্যবৃদ্ধিৰ হাৰ আছিল ১.৩১ শতাংশ
দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ হাৰ ৮.০৯ শতাংশ স্পৰ্শ
খাদ্য সামগ্ৰীৰ পাইকাৰী মূল্যবৃদ্ধিৰ হাৰ ১১.৫৯ শতাংশ স্পৰ্শ
- Today is: