CRPF

কাশ্মীৰত মৃত্যু অসমৰ চিআৰপিএফ জোৱানৰ।  মৃত চিআৰপিএফ জোৱানজন মৰিয়নিৰ নতুন মাটিৰ টংকেশ্বৰ দাস বুলি জানিব পৰা গৈছে । কাশ্মীৰৰ অনন্তনাগ জিলাত কৰ্মৰত আছিল চিআৰপিএফ জোৱানজন।

জানিব পৰা মতে, হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কাশ্মীৰৰ এখন চিকিৎসালয়ত শুকুৰবাৰে মৃত্যু জোৱানজনৰ। জোৱানজনৰ মৃত্যুত মৰিয়নিৰ নতুন মাটিস্থিত বাসগৃহত শোকাকুল পৰিবেশৰ সৃষ্টি হয়।