পুনৰ এনকাউন্টাৰ! আৰক্ষীৰ গুলীত নিহত এজন

Gun Shot

উৰিয়ামঘাটত পুৱতি নিশা দুৰ্বৃত্তলৈ আৰক্ষীৰ গুলীচালনা

আৰক্ষীৰ গুলীত নিহত দুৰ্বৃত্ত আছমত আলী

চোৰাং চিকাৰীৰ সন্ধানত চলোৱা হৈছিল অভিযান

আৰক্ষী-CRPFৰ এটা দলে চলাইছিল অভিযান

জাহাজীগাঁৱত অভিযান চলোৱাৰ সময়তে এই ঘটনা

অভিযানৰ সময়ত আৰক্ষীলৈ দুৰ্বৃত্তৰ গুলীচালনা

আৰক্ষীলৈ গুলীচালনা কৰিছিল ৩-৪জনীয়া দুৰ্বৃত্তৰ দলৰ

প্ৰত্যুত্তৰত আৰক্ষীৰ গুলীচালনা দুৰ্বৃত্তৰ দললৈ

আৰক্ষীয়ে আছমত আলীৰ পৰা জব্দ কৰে এটা পিষ্টল

Category
Profile picture for user UB Photos