কাইলৈ বৰ্ষাপাৰাত IPLৰ দ্বিতীয়খন মেচ
সমুখ সমৰত নামিব ৰাজস্থান আৰু চেন্নাই
ৰিয়ান পৰাগৰ নেতৃত্বত কাইলৈ অন্তিমখন মেচ খেলিব RRয়ে
ৰিয়ানৰ নেতৃত্বাধীন পূৰ্বৰ দুয়োখন মেচত পৰাজিত RR
আজি গুৱাহাটীলৈ আহিব চেন্নাই ছুপাৰ কিংছৰ দলটো
বিয়লি গুৱাহাটী আহি পাবহি CSKৰ দলটো
সন্ধিয়া ৬.১৫ বজাত বৰঝাৰ বিমানবন্দৰ পাব দলটোৱে
গুৱাহাটীলৈ আহিব কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনী
মহেন্দ্ৰ সিং ধোনীক ওচৰৰ পৰা চাবলৈ উৎকণ্ঠিত অনুৰাগী
বৰ্ষাপাৰাত অনুশীলন অব্যাহত আছে ৰাজস্থান ৰয়েলছৰ
- Read more about কাইলৈ বৰ্ষাপাৰাত IPLৰ দ্বিতীয়খন মেচ...
- Log in to post comments