
আজি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব IPLৰ হাইভল্টেজ মেচ। সমুখ সমৰত নামিব ৰাজস্থান ৰয়েলছ-পাঞ্জাৱ কিংছ। সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব খেল।
উল্লেখ্য যে, অনুৰাগী সকলৰ বাবে বিয়লি ৪.৩০ বজাত খুলি দিয়া হ’ব ষ্টেডিয়ামৰ ৭খন গেট। ষ্টেডিয়ামৰ কাষত পাৰ্কিং কৰিব পাৰিব ৩,৫০০ বাহন।
ইতিমধ্যেই বৰ্ষাপাৰাত প্ৰস্তুতি সম্পন্ন হৈছে ACAৰ। মঙলবাৰে বৰ্ষাপাৰাত দুয়ো দলৰ পৃথকে পৃথকে অনুশীলন। প্ৰিয় খেলুৱৈক চোৱাৰ হেপাহেৰে দৰ্শকৰ ভিৰ। ঘৰুৱা ফিল্ডত ৰিয়ান পৰাগৰ বেটিং চাবলৈ উৎসুক অনুৰাগী।
Category
- Log in to post comments