Cricket

২৩ জানুৱাৰী তাৰিখে ক্ৰিকেটাৰ কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া চেট্টীৰ বিবাহ সম্পন্ন হয়। জনপ্ৰিয় যুঁটিটোৰ বিবাহক লৈ আনন্দিত হৈ পৰিছে অনুৰাগীসকল। বহুকেইগৰাকী তাৰকা এই বিবাহত উপস্থিত থাকে। কিন্তু ভাৰত বনাম নিউজীলেণ্ডৰ খেল চলি থকাৰ বাবে ক্ৰিকেটাৰ বিৰাট কোহলী আৰু বাকীসকল খেলুৱ