
IPLৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
প্ৰথমবাৰলৈ IPLৰ খিতাপ দখল RCBৰ
পাঞ্জাৱ কিংছৰ বিৰুদ্ধে RCBৰ জয়লাভ
RCBয়ে ৬ ৰানত পৰাস্ত কৰিলে পাঞ্জাৱ কিংছক
প্ৰথমে টছত জয়ী হৈ RCBক বেটিঙৰ বাবে আমন্ত্ৰণ পাঞ্জাৱৰ
প্ৰথমে বেটিং কৰি RCBয়ে ১৯১ ৰান বান্ধি দিছিল পাঞ্জাৱক
৭ উইকেট হেৰুৱাই ১৮৪ ৰানত থমকিল পাঞ্জাৱ কিংছ
১৭ বছৰীয়া প্ৰতীক্ষাৰ অন্তত নতুন চেম্পিয়ন RCB
RCBৰ হৈ বিৰাট কোহলিৰ ৪৩ ৰান সংগ্ৰহ
পাঞ্জাৱ কিংছৰ শ্ৰেয়স আয়াৰৰ আশাহীন প্ৰদৰ্শন
Category
- Log in to post comments