Political News

আজি প্ৰধানমন্ত্ৰী মোদীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ।  দিনৰ ১১.৩০ বজাত মনোনয়ন পত্ৰ দাখিল কৰিব নৰেন্দ্ৰ মোদীয়ে। মনোনয়ন পত্ৰ দাখিল পৰ্বত অংশ ল’ব ১২খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা তৃতীয় বাৰৰ বাবে মনোনয়ন দাখিল কৰিব মোদীয়ে। বাৰাণসী সংসদীয় সমষ্টিৰ কাৰণে দাখিল কৰিব মনোনয়ন। কাশীৰ উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিব মনোনয়ন। মনোনয়ন দাখিলৰ পূৰ্বে মোদীয়ে কৰিব পূজা-অৰ্চনা।