ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন! ৫গৰাকীকৈ বিধায়ক লোকসভালৈ নিৰ্বাচিত.....

by election

ৰাজ্যৰ ৫ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন
৫গৰাকীকৈ বিধায়ক লোকসভালৈ নিৰ্বাচিত
লোকসভালৈ বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী
চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন লোকসভালৈ
লোকসভালৈ ধলাইৰ বিধায়ক পৰিমল শুক্লবৈদ্য
চিডলীৰ বিধায়ক জয়ন্ত বসুমতাৰী লোকসভালৈ
লোকসভালৈ নিৰ্বাচিত বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত
সৰ্বানন্দ সোণোৱাল, কামাখ্যা প্ৰসাদ তাছা লোকসভালৈ 
দুখন ৰাজ্যসভাৰ আসনতো অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন

Category