
প্ৰকাশ পালে ৰাজ্যিক বিজেপিৰ নতুন সমিতিৰ তালিকা
উপ সভাপতি হিচাপে ১০ গৰাকীক দায়িত্ব অৰ্পণ
পুলক গোহাঁই, পৰিমল শুক্লবৈদ্য, তপন কুমাৰ গগৈ, অপৰাজিতা ভূঞা, মুন স্বৰ্ণকাৰ, অশোক ভট্টৰায়, মনোজ বৰুৱা, জুৰি শৰ্মা বৰদলৈ, ৰত্না সিং, ৰেখাৰাণী দাস বড়োক উপ সভাপতিৰ দায়িত্ব অৰ্পণ
আনহাতে, সাধাৰণ সম্পাদকৰ পদত ঘোষণা ৪ নেতাৰ নাম
দিপ্লুৰঞ্জন শৰ্মা, পল্লৱ লোচন দাস, ঋতুপৰ্ণ বৰুৱা আৰু অনুপ বৰ্মনক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ
ৰাজ্যিক বিজেপিৰ সম্পাদকৰ দায়িত্ব অৰ্পণ ১০ নেতাক
লক্ষ্য কোঁৱৰ, বিস্মিতা গগৈ, লক্ষ্মীনাথ তাছা, সিদ্ধাংকু অংকুৰ বৰুৱা, নবাৰুণ বুঢ়াগোহাঁইক সম্পাদকৰ দায়িত্ব অৰ্পণ
ৰাজকুমাৰ শৰ্মাই আকৌ থাকিল কোষাধ্যক্ষৰ দায়িত্বত
লগতে যুটীয়া কোষাধ্যক্ষৰ দায়িত্ব অৰ্পণ নাৰায়ণ ডেকাক
- Log in to post comments